danewsplus.com
danewsplus.com

বিধানসভাত সংশোধনী বিধেয়ক উত্থাপন বিত্তমন্ত্ৰীৰ,৪ খনকৈ বিধেয়ক উত্থাপন অজন্তা নেওগৰ

0 76

বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত আজি উত্থাপন কৰিলে ৪ খনকৈ বিধেয়ক৷ বিত্তমন্ত্ৰীয়ে উত্থাপন কৰা বিধেয়ক কেইখন হৈছে দ্য আছাম ভেল্যু এডেড টেক্স এমেণ্ডমেণ্ট বিল, দ্য আছাম ভেল্যু এডেড টেক্স অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল, দ্য আছাম ইলেকট্ৰিচিটী ডিউটী এমেণ্ডমেণ্ট বিল আৰু দ্য আছাম এগ্ৰিকালচাৰ ইনকাম টেক্স এমেণ্ডমেণ্ট বিল৷ চলিত বাজেট অধিৱেশনত চৰকাৰে আৰু কেইবাখনো বিধেয়ক উত্থাপন কৰিব ৷

Leave A Reply

Your email address will not be published.