danewsplus.com
danewsplus.com

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সহযোগী শিল্পী ভোলা হাজৰিকাৰ দেহাৱসান

0 104

অসমৰ সাংস্কৃতিক জগতৰ বাবে দুখবৰ। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সহযোগী শিল্পী ভোলা হাজৰিকাৰ দেহাৱসান। দেৰগাৱঁৰ মিছামৰাৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান শিল্পীগৰাকীৰ।

মৃত্যুৰ সময়ত ভোলা হাজৰিকাৰ বয়স আছিল ৮৪ বছৰ। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সহযোগ কৰিছিল ভোলা হাজৰিকাই। একেলগে নাট, নৃত্য, বাদ্যত সহযোগ কৰিছিল ভোলা হাজৰিকাই। মহান শিল্পীৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ দেৰগাঁও।

Leave A Reply

Your email address will not be published.