danewsplus.com
danewsplus.com

মহানগৰীৰ গণেশগুৰিত মহিলা আৰক্ষীৰ গাত হাত দিলে ২ যুৱকে

0 182

ডিজিটেল ডেস্কঃ সন্ধিয়া গণেশগুৰিত উত্তপ্ত পৰিস্থিতি৷ সান্ধ্য আইন উলংঘা কৰি বাইকত যাত্ৰা কৰিছিল দুজন যুৱকে৷ কৰ্তব্যৰত আৰক্ষীয়ে হেলমেট আৰু মাস্ক পৰিধান নকৰা দুই যুৱকক ৰ’বলৈ সংকেত দিয়ে৷ তেনেতেই যান-বাহন আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় দুই যুৱক৷

দুই বাইক আৰোহীয়ে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে মহিলা আৰক্ষীৰ গাতো দিলে হাত৷ ভাঙিলে আৰক্ষীৰ ম’বাইল ফোন৷ সম্প্ৰতি অঞ্জন সেন আৰু  সুশান্ত পাণ্ডা নামৰ দুই উদণ্ড যুৱকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে৷ দুয়োৰে বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷

Leave A Reply

Your email address will not be published.