danewsplus.com
danewsplus.com

তৃতীয় লিংগৰ বাবে এখন বিশেষ বিদ্যালয়,বিভিন্ন সমস্যা দূৰীকৰণৰ বাবে স্থাপন কৰা হৈছে এই বিদ্যালয়খন

0 91

তৃতীয় লিংগৰ বাবে এক ভাল খবৰ। তৃতীয় লিংগৰ বাবে এখন বিশেষ বিদ্যালয় স্থাপন ৷ এটা স্বেচ্ছাসেৱী সংগঠনৰ এক অভিনৱ পদক্ষেপ। মুম্বাইৰ সমীপৰ বাশীত তৃতীয় লিংগৰ বাবে এখন বিদ্যালয় আৰম্ভ কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

উল্লেখ্য় যে, তৃতীয় লিংগৰ লোকসকলে শিক্ষা-দীক্ষাকে ধৰি বহু ক্ষেত্ৰত সমাজৰ পৰাও অৱহেলিত হ’ব লগা হয়। এনে ক্ষেত্ৰত এইসমূহ সমস্যাৰ সমাধানৰ লগতে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত থকা সমস্যাৰ দূৰীকৰণৰ উদ্দেশ্যেই স্বেচ্ছাসেৱী সংস্থাটোৱে স্থাপন কৰিছে এই কিন্নৰ বিদ্যালয় ৷

Leave A Reply

Your email address will not be published.