danewsplus.com
উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীয়ে কেনেকৈ পাব নম্বৰ, ১২ টা গুৰুত্বপূৰ্ণ খবৰ
- HS পৰীক্ষাৰ মূল্যাংকন হ’ব CBSEৰ আৰ্হিত।
- অন্ত পৰিল উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বৈঠক।
- মূল্যাংকনত আধাৰ হ’ব পূৰ্বৰ পৰীক্ষা।
- আধাৰ হ’ব দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।
- সুকীয়া হ’ব কলা, বিজ্ঞান, বাণিজ্য, কাৰিকৰী শাখাৰ ফলাফল।
- NIPৰ বাবেও আছে সুকীয়া পৰামৰ্শ।
- আজি দাখিল কৰিব কমিটীৰ প্ৰতিবেদন।
- গ্ৰহণ কৰা হৈছে আন ৰাজ্যৰ ব’ৰ্ডৰ আৰ্হি।
- HSৰ ৰেংক সম্পৰ্কত চৰকাৰে ল’ব সিদ্ধান্ত।
- ৮ পৃষ্ঠাজোৰা প্ৰতিবেদন সাজুঃ কমিটীৰ অধ্যক্ষ।
- অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে সুকীয়াকৈ দিব পাৰিব পৰীক্ষা।
- শিক্ষা সংসদত অভিযোগ দাখিলৰো থাকিব সুবিধা।