danewsplus.com
danewsplus.com

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীয়ে কেনেকৈ পাব নম্বৰ, ১২ টা গুৰুত্বপূৰ্ণ খবৰ

0 110
  1. HS পৰীক্ষাৰ মূল্যাংকন হ’ব CBSEৰ আৰ্হিত।
  2. অন্ত পৰিল উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বৈঠক।
  3. মূল্যাংকনত আধাৰ হ’ব পূৰ্বৰ পৰীক্ষা।
  4. আধাৰ হ’ব দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।
  5. সুকীয়া হ’ব কলা, বিজ্ঞান, বাণিজ্য, কাৰিকৰী শাখাৰ ফলাফল।
  6. NIPৰ বাবেও আছে সুকীয়া পৰামৰ্শ।
  7. আজি দাখিল কৰিব কমিটীৰ প্ৰতিবেদন।
  8. গ্ৰহণ কৰা হৈছে আন ৰাজ্যৰ ব’ৰ্ডৰ আৰ্হি।
  9. HSৰ ৰেংক সম্পৰ্কত চৰকাৰে ল’ব সিদ্ধান্ত।
  10. ৮ পৃষ্ঠাজোৰা প্ৰতিবেদন সাজুঃ কমিটীৰ অধ্যক্ষ।
  11. অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে সুকীয়াকৈ দিব পাৰিব পৰীক্ষা।
  12. শিক্ষা সংসদত অভিযোগ দাখিলৰো থাকিব সুবিধা।
Leave A Reply

Your email address will not be published.