danewsplus.com
danewsplus.com

অসমবাসীলৈ সুখবৰ, এতিয়াৰে পৰা Flipkart উপলব্ধ হ’ব অসমীয়া ভাষাত

0 680

অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্টে আনিছে ৰাজ্যবাসীলৈ এক সুখবৰ। এতিয়াৰে পৰা ফ্লিপকাৰ্ট অসমীয়া ভাষাতো উপলব্ধ হ’ব। নিজৰ ভাষাতে অসমৰ ৰাইজে এই ই-কমাৰ্চ সেৱাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰীগৰাকীয়ে টুইটাৰত টুইট কৰি কয়-

@Flipkart এতিয়া সামগ্ৰীৰ বিপণনত অসমীয়া ভাষাৰ সেৱা আগবঢ়াব। ইয়াৰ ফলত অসমৰ জনসাধাৰণে আমাৰ নিজৰ ভাষাত ই-কমাৰ্চ উপভোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.