danewsplus.com
danewsplus.com

বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত ২,২২,৩১৫ সংখ্যা

0 51

নতুন দিল্লী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ২,২২,৩১৫। দেওবাৰে দেশত ৪,৪৫৪ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,০২,৫৪৪গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৬৭,৫২,৪৪৭ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,৩৭,২৮,০১১ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ৩,০৩,৭২০গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ২৭,২০,৭১৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.