danewsplus.com
danewsplus.com

হত্যাৰ অভিযোগত অলিম্পিকৰ পদক জয়ী মল্লযুঁজাৰু সুশীল কুমাৰক গ্ৰেপ্তাৰ

0 107

হত্যাৰ অভিযোগত অলিম্পিক পদক জয়ী মল্লযুঁজাৰু সুশীল কুমাৰক গ্ৰেপ্তাৰ৷ পঞ্জাৱৰ জলন্ধৰৰ সমীপৰ এখন ঠাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুশীল কুমাৰক৷ সাগৰ ৰানা নামৰ এজন তৰুণ মল্লযুঁজাৰু হত্যাত অভিযুক্ত কৰা হৈছে সুশীল কুমাৰক৷

উল্লেখ্য যে, যোৱা ১৮ দিন ধৰি পলাতক হৈ আছিল সুশীল কুমাৰ৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত সুশীল কুমাৰক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে৷ বৰ্তমান পঞ্জাৱ আৰক্ষীয়ে সুশীল কুমাৰক দিল্লী আৰক্ষীক গতাই দিছে৷

Leave A Reply

Your email address will not be published.