danewsplus.com
danewsplus.com

শৰীৰ চৰ্চাবিদ দেৱজিৎ গগৈৰ মৃত্যু

0 63

গুৱাহাটী: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ তথা প্ৰশিক্ষক দেৱজিৎ গগৈৰ মৃত্যু৷ গুৱাহাটীৰ এখন নাৰ্ছিং হোমত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শৰীৰ চৰ্চাবিদগৰাকী৷ দেৱজিৎ গগৈৰ বিয়োগক অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰাৰ লগতে তেওঁৰ বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে৷ উল্লেখ্য যে দেৱজিৎ গগৈয়ে Mr India খিতাপো অৰ্জন কৰিছিল৷

Leave A Reply

Your email address will not be published.