danewsplus.com
danewsplus.com

আৰক্ষী-প্ৰশাসনত ব্যাপক সাল-সলনি, কাক ক’লৈ কৰা হ’ল বদলি, ৫২ টা খবৰ একেলগে

0 193

আৰক্ষী-প্ৰশাসনত ব্যাপক ৰদ-বদল। শুকুৰবাৰৰ দিনটোত কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়াক বদলি কৰা হয়। চাওক বদলিৰ সৱিশেষ তালিকা-

  1. দক্ষিণ শালমৰাৰ SP কংকনজ্যোতি শইকীয়াক বদলি
  2. শইকীয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি
  3. নলবাৰীৰ SP অমনজিৎ কৌৰক AIGP নিযুক্তি
  4. প্ৰশাসনিক শাখাৰ AIGP হিচাপে নিযুক্তি কৌৰক
  5. তিনিচুকীয়াৰ SP এন ভি চন্দ্ৰকান্তক বদলি
  6. চন্দ্ৰকান্তক কাছাৰৰ SP হিচাপে নিযুক্তি
  7. শোণিতপুৰৰ SP হিচাপে নিযুক্তি শিলাদিত্য চেতীয়াক
  8. কোকৰাঝাৰৰ SP ৰাকেশ ৰৌচনক শিৱসাগৰলৈ বদলি
  9. ধুবুৰীৰ SP আনন্দ মিশ্ৰক নগাঁৱৰ SP হিচাপে বদলি
  10. দশম APBnৰ কামাণ্ডাৰ অংকুৰ জৈনক SP নিযুক্তি
  11. অংকুৰ জৈনক যোৰহাটৰ SP হিচাপে নিযুক্তি
  12. AIGP গৌৰৱ উপাধ্যায়ক চিৰাঙৰ SP নিযুক্তি
  13. ডিব্ৰুগড়ৰ SP টি পি বিজয়কুমাৰক বদলি
  14. বিজয়কুমাৰক কোকৰাঝাৰত SP নিযুক্তি
  15. হামৰেনৰ SP ৰমনদীপ কৌৰক বদলি
  16. হাইলাকান্দিৰ SP হিচাপে নিযুক্তি ৰমনদীপ কৌৰক
  17. বৰপেটাৰ SP ৰবীন কুমাৰক গোলাঘাটৰ SP নিযুক্তি
  18. কাছাৰৰ SP বি এল মীনাক গুৱাহাটীলৈ বদলি
  19. মীনাক দুৰ্নীতি নিবাৰক শাখাৰ SP হিচাপে নিযুক্তি
  20. গোলাঘাটৰ SP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি
  21. নগাঁৱৰ SP জি এ দিলীপক ধুবুৰীৰ SP নিযুক্তি
  22. মাজুলীৰ SP অপৰ্ণা এনক মৰিগাঁৱৰ SP নিযুক্তি
  23. DCP বৰুণ পুৰকায়স্থক হোজাইৰ SP নিযুক্তি
  24. চৰাইদেউৰ SP এছ মিশ্ৰক ডিব্ৰুগড়ৰ SP নিযুক্তি
  25. সপ্তম APBnৰ কামাণ্ডাৰ শুভ্ৰজ্যোতি বৰাক বদলি
  26. বৰাক গুৱাহাটী(ইষ্ট)ত DCP হিচাপে নিযুক্তি
  27. তৃতীয় APTFBnৰ কামাণ্ডাৰ মোহনলাল মীনাক বদলি
  28. মীনাক DCP হিচাপে গুৱাহাটী (ক্ৰাইম)ত নিযুক্তি
  29. শোণিতপুৰৰ SP মুগ্ধজ্যোতি মহন্তক বদলি
  30. আৰক্ষীৰ মুখ্য কাৰ্যালয়ত নিযুক্তি মহন্তক
  31. DCP বেদান্ত মাধৱ ৰাজখোৱাক SP নিযুক্তি
  32. লখিমপুৰৰ SP হিচাপে নিযুক্তি ৰাজখোৱাক
  33. DCP গৌতম বৰাক মাজুলীৰ SP নিযুক্তি
  34. হোজাইৰ SP মানৱেন্দ্ৰ দেৱ ৰয়ক বদলি
  35. ৰয়ক দশম APBnৰ কামাণ্ডাৰ হিচাপে নিযুক্তি
  36. বিশ্বনাথৰ SP ৰাজেন সিঙক বাক্সাৰ SP নিযুক্তি
  37. চিৰাঙৰ SP সুধাকৰ সিঙক চৰাইদেউলৈ বদলি
  38. লখিমপুৰৰ SP লংনিট তেৰাঙক গুৱাহাটীলৈ বদলি
  39. তেৰাঙক AIGP(আইন শৃংখলা) হিচাপে নিযুক্তি
  40. SP (ক্ৰাইম) স্বপ্ননীল ডেকাক বঙাইগাঁৱৰ SP নিযুক্তি
  41. বঙাইগাঁৱৰ SP সুবোধ কুমাৰ সোণোৱালক বদলি
  42. সোণোৱালক দক্ষিণ শালমৰাৰ SP নিযুক্তি
  43. যোৰহাটৰ SP মৃণাল তালুকদাৰক বদলি
  44. তালুকদাক সপ্তম APBnৰ কামাণ্ডাৰ নিযুক্তি
  45. শিৱসাগৰৰ SP অমিতাভ সিনহাক বৰপেটালৈ বদলি
  46. বাক্সাৰ SP হিৰণ্য বৰ্মনক ওদালগুৰিলৈ বদলি
  47. দৰঙৰ SP হিচাপে নিযুক্তি সুশান্ত বিশ্ব শৰ্মাক
  48. ওদালগুৰিৰ SP ৰিপুল দাসক বিশ্বনাথলৈ বদলি
  49. অষ্টম APBnৰ কামাণ্ডাৰ এ বসুমতাৰীক বদলি
  50. বসুমতাৰীক হামৰেনৰ SP হিচাপে নিযুক্তি
  51. মৰিগাঁৱৰ SP নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি
  52. হাইলাকান্দিৰ SP পবিন্দ্ৰ নাথক নলবাৰীলৈ বদলি
Leave A Reply

Your email address will not be published.