danewsplus.com
danewsplus.com

দেওবাৰৰ দিনটোত ৰাজ্যত মৃত্যু ৪৮ গৰাকী ক’ৰোনা আক্ৰান্ত

0 62

গুৱাহাটী: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ৩,২৯৯ গৰাকী লোক।

উল্লেখ্য যে, দেওবাৰে মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ গৰাকী।

বৰ্তমানলৈ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাা ২,৯২,৩৬৮। ইয়াৰে ২,৫৩,৩৪০ গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে ১,৬৭৬জনৰ মৃত্যু হৈছে।

Leave A Reply

Your email address will not be published.