danewsplus.com
danewsplus.com

প্ৰথমে পাৰিবাৰিক কণ্ডল, পিছত অগ্নিকাণ্ড!

0 120

যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড৷ জুইত জাহ গৈছে ৮ টাকৈ বাসগৃহ৷ কেইবালাখ টকাৰ সা-সম্পত্তিও ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে৷ যোৰহাটৰ দিগম্বৰ চুকৰ ১ নম্বৰ ৱাৰ্ডত নিশা সংঘটিত হৈছে এই ঘটনাটো৷

ভাৰাতীয়া হিচাপে থকা বিশাল নামৰ লোকজনে পাৰিবাৰিক কণ্ডলৰ পৰিণতিত জুই লগাই দিয়াৰ অভিযোগ৷ ইয়াৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি অভিযোগ কৰিছে স্থানীয় লোকে৷ ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰাই পলাতক হৈ আছে বিশাল৷

Leave A Reply

Your email address will not be published.