danewsplus.com
danewsplus.com

ৰাজস্থান, কেৰালাত সম্পূৰ্ণ লকডাউন

0 75

গুৱাহাটী: দেশত ইখনৰ পিছত সিখন ৰাজ্যই লকডাউন ঘোষণা কৰিবলৈ ধৰিছে৷ কেৰালাত কাইলৈৰ পৰা লকডাউন জাৰি কৰা হৈছে৷ ১৬ মে’’লৈকে লকডাউন ঘোষণা কৰা হৈছে ৰাজ্যখনত। ৰাজ্যখনত ক’ৰোনা সংক্ৰমণে ভংয়কৰ ৰূপ ধাৰণ কৰাত জাৰি কৰা হৈছে এই ৯ দিনীয়া লকডাউন৷ অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাসমূহৰ ক্ষেত্ৰত শিথিল হ’ব লকডাউনৰ নিৰ্দেশনা।

ৰাজস্থানতো ঘোষণা কৰা হৈছে লকডাউন৷ ১০ মে’ৰ পৰা ২৪ মে’লৈ লকডাউন ঘোষণা কৰা হৈছে ৰাজ্যখনত৷ ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ এই সিদ্ধান্ত ৰাজস্থান প্ৰশাসনৰ।

Leave A Reply

Your email address will not be published.