danewsplus.com
danewsplus.com

নগাঁৱৰ বটদ্ৰৱাত পথ দুৰ্ঘটনা

0 61

নগাঁও: নগাঁৱৰ বটদ্ৰৱাত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ বটদ্ৰৱাৰ ধনীয়াভেটি সংযোগী গড়কাপ্তানী পথত নিয়ন্ত্ৰণ হেৰুৱাই বৈদ্যুতিক খুটাত খুণ্ডা মাৰে এখন বলেৰ’ পিকআপ ভানে।

বৈদ্যুতিক খুটাৰ লগত সংযোগ থকা চাৰিটাকৈ বাসগৃহৰ প্ৰায়বোৰ বৈদ্যুতিক আচ-বাব জ্বলি উঠে৷ অৱশ্যে গাড়ীখনত থকা লোকসকলে কোনো গুৰুতৰভাৱে আঘাত পোৱা নাই বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.