danewsplus.com
danewsplus.com

কাইলৈ শপত গ্ৰহণ কৰিব মমতাই

0 128

কলকাতা: কাইলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে।পুৱা ১০.৪৫ মিনিটত ৰাজভৱনত শপতগ্ৰহণ কৰিব তেওঁ। সোমবাৰে সন্ধিয়া ৭ বজাত মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখড়ক সাক্ষাত কৰে। ইতিমধ্যে মমতা বেনাৰ্জী বিনা প্ৰতিদ্বন্দ্বিতাৰে তৃণমূলৰ বিধায়িনী পৰিষদৰ মুৰব্বী নিৰ্বাচিত হৈছে।

Leave A Reply

Your email address will not be published.