danewsplus.com
danewsplus.com

শনিবাৰে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৩,৪৫৩

0 59

গুৱাহাটী: অসমত কালিৰ দিনটোত ৩,৪৫৩ গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১৪১৭ জন কামৰূপ মেট্ৰ’ৰ। শনিবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬। কালি মুঠ ৫৪,০০২ জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল। ইয়াৰ ভিতৰত ৬.৩৯ শতাংশ লোকৰ দেহত ধৰা পৰে ক’ৰোনাৰ উপস্থিতি।

Leave A Reply

Your email address will not be published.