danewsplus.com
danewsplus.com

ক’ভিডত আক্ৰান্ত হৈ মৃত্যুূ কণ্ঠশিল্পী পাৰবীন পৰীৰ

0 75

গুৱাহাটী: ৰাজ্যত আৰু এগৰাকী কণ্ঠশিল্পীৰ মৃত্যু ঘটিল ক’ভিডত৷ ভিতালী দাস, বিজয়লক্ষ্মী দাসৰ পিছত ক’ৰোনাত আক্ৰান্ত মৃ্ত্যুক সাবটিব লগা হ’ল পাৰবীন পৰীয়ে৷ মাত্ৰ ৩১ বছৰ বয়সতে চিৰ বিদায় মাগিলে কণ্ঠশিল্পীগৰাকীয়ে৷ গুৱাহাটীবাসী শিল্পীগৰাকীয়ে কিছুদিন আগলৈকে মঞ্চত গীত পৰিৱেশন কৰি ফুৰিছিল৷

Leave A Reply

Your email address will not be published.