danewsplus.com
danewsplus.com

গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড,কোভিড ৰোগীৰ মৃত্যু

0 52

গুজৰাট: গুজৰাটৰ ক’ভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড।
১৮গৰাকী ক’ভিড ৰোগীৰ মৃত্যু।
ভাৰুচৰ ৱেলফায়াৰ হাস্পতালত এই অগ্নিকাণ্ড।
নিশা ১ বজাত জুই লাগে চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডত।
৪ মহলীয়া হাস্পতালখনত আছিল ৫০গৰাকী ৰোগী।
অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় লোকে উদ্ধাৰ কৰে বাকী ৰোগীসকলক।
এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

Leave A Reply

Your email address will not be published.