danewsplus.com
danewsplus.com

অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২,৪৩,৮০২লৈ বৃদ্ধি

0 51

গুৱাহাটী: অসমত কালিৰ দিনটোত ৩,১৩২গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১৩১৩জন কামৰূপ মেট্ৰ’ৰ। ইয়াকে লৈ অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,৪৩,৮০২জনলৈ বৃদ্ধি পাইছে। মঙলবাৰৰ দিনটোত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৯৫৫ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৮। ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১৯,৯২৩জন ৰোগী।

Leave A Reply

Your email address will not be published.