danewsplus.com
danewsplus.com

২০২১ৰ অস্কাৰ এৱাৰ্ড ঘোষণা,প্ৰয়াত ২ ভাৰতীয়লৈ শ্ৰদ্ধাঞ্জলি

0 77

গুৱাহাটী: ঘোষণা কৰা হ’ল চলিত বৰ্ষৰ অস্কাৰ এৱাৰ্ড। এইবাৰ অনলাইনযোগে প্ৰদান কৰা হয় অস্কাৰ। ন’মাডলেণ্ডলৈ শ্ৰেষ্ঠ ছবিৰ অস্কাৰ, দ্য ফাডাৰ ছবিৰ অভিনয়ৰ বাবে এণ্ঠনী হপকিন্সলৈ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ, ন’মাডলেণ্ডৰ অভিনয়ৰ বাবে ফ্ৰেন্সেছ মেকডৰ্মেণ্ডলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ, শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ ক্লয়ি ঝাও-ৰ। এই বঁটা প্ৰদান অনুষ্ঠানত বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খান আৰু প্ৰখ্যাত কষ্টিউম ডিজাইনাৰ ভানু আথায়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

Leave A Reply

Your email address will not be published.