danewsplus.com
danewsplus.com

ৰবিবাৰে ৰাজ্যত আক্ৰান্ত ১৮৪৪

0 81

গুৱাহাটী: ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি ক’ৰোনাৰ সংক্ৰমণ। ২৪ ঘণ্টাত ৰাজ্যত ১৮৪৪জন আক্ৰান্ত হৈছে ক’ৰোনাত। আক্ৰান্ত সকলৰ ৭৯১জন কামৰূপ মেট্ৰ’ৰ। দেওবাৰে ৰাজ্যত মৃত্যু হয় ১৪জন আক্ৰান্তৰ। ৰাজ্যত পজিটিভিটী ৰেট ৫.৪৮%।

Leave A Reply

Your email address will not be published.