danewsplus.com
danewsplus.com

দিল্লীত এসপ্তাহলৈ বৃদ্ধি লকডাউন

0 55

নতুন দিল্লী: ক’ৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজধানী দিল্লীত। ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰা হৈছে লকডাউন। ৩ মে’ (সোমবাৰ)ৰ পুৱা ৫ বজালৈ সম্পূৰ্ণ বন্ধ থাকিব ৰাজধানী চহৰখন।

Leave A Reply

Your email address will not be published.