danewsplus.com
danewsplus.com

ৰাজ্যত ক’ৰোনাৰ জটিল ৰূপ

0 82

গুৱাহাটী: দেশৰ লগতে ৰাজ্যতো ক’ৰোনাৰ ভয়ংকৰ ৰূপ।
বুধবাৰৰ দিনটোত ৰাজ্যত ১৬৬৫জন নতুনকৈ আক্ৰান্ত হয় ক’ৰোনাত।
কালি মৃত্যু হয় ৫গৰাকীকৈ আক্ৰান্তৰ।
কালি সুস্থ হৈ ঘৰলৈ উভতে ২৯৭ গৰাকী লোক।
অসমত বৰ্তমানলৈ ২,২৯,১৩৮গৰাকী লোক আক্ৰান্ত হয় ক’ৰোনাত।
এই মুহুৰ্তত ৯,০৪৮গৰাকী ক’ৰোনা ৰোগী চিকিৎসাধীন।
বৰ্তমানলৈ সুস্থ হৈ উঠিছে ২,১৭,৫৯৩গৰাকী লোক।
অসমত ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,১৫০লৈ বৃদ্ধি।

Leave A Reply

Your email address will not be published.