danewsplus.com
danewsplus.com

বিহুৰ অনুষ্ঠানক লৈ জি পি সিঙৰ টুইট

0 75

গুৱাহাটী: SOPক লৈ কঠোৰ ৰাজ্যৰ আৰক্ষী-প্ৰশাসন। নিশা ১১ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সমাপ্ত নকৰিলে আয়োজকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী। টুইটযোগে এই কথা জনালে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

Leave A Reply

Your email address will not be published.