danewsplus.com
আকৌ ১০০০ কোটিৰ ঋণ লোৱাৰ পৰিকল্পনা চৰকাৰৰ
- ৰাজ্যপালৰ পৰামৰ্শক নস্যাৎ বিত্ত বিভাগৰ!
- আকৌ ১০০০ কোটিৰ ঋণ লোৱাৰ পৰিকল্পনা চৰকাৰৰ
- চলিত বৰ্ষত ২৫ হাজাৰ কোটিৰ ঋণ লোৱাৰ লক্ষ্য়
- বৰ্তমানলৈ ল’লে ১২ হাজাৰ কোটিৰো অধিক
- যোৱা অক্টোবৰত লৈছিল ২ হাজাৰ কোটি
- ছেপ্টেম্বৰত লৈছিল ১৫০০ কোটিৰ ঋণ