danewsplus.com
danewsplus.com

আত্মহত্যা: বাহনসহ নদীত জাপ নৱ দম্পতীৰ

0 24,795

বাহনসহ নদীত জাপ দি আত্মহত্যা নৱবিবাহিত দম্পতীৰ । শনিবাৰে দিল্লীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । গংগা নদীত বাহনসহ জাপ দিয়ে দম্পতীটোৱে । ১২ ঘন্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে বাহনসহ পুৰুষৰ মৃতদেহটো উদ্ধাৰ কৰে । কিন্তু এতিয়াও সন্ধান নাই মহিলাগৰাকীৰ । উল্লেখ্য যে , ঘৰৰ পৰা ওলাই আহোতে বাহনেৰে পিতৃ আৰু ভগ্নীকো বাহনেৰে খুন্দিয়াই গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কৰিছিল লোকজনে । দিল্লীত দৰ্জী হিচাপে কৰ্মৰত আছিল মৃত লোকজন। নৱদম্পতীটোৰ আত্মহত্যাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত ।

Leave A Reply

Your email address will not be published.