danewsplus.com
danewsplus.com

মুখ্যমন্ত্ৰীক সপোন সঁচা কৰাত কোন চৰকাৰী কৰ্মচাৰীয়ে দিছে বাধা

0 376
  • এফালে গছপুলি লৈ ৰেকৰ্ডৰ সপোন চৰকাৰৰ
  • আনহাতে হাজাৰ হাজাৰ গছ কাটিছে বন বিভাগে
  • গোৱালপাৰাত ৭ হাজাৰ শালগছ কটাৰ লক্ষ্য
  • বৰঝাৰ বনাঞ্চলৰ গছসমূহত বন বিভাগৰ হাতোৰা
  • ১৭নং ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ নামত ব্যাপক বনধ্বংস
  • কাটি পেলোৱা হৈছে ঘাইপথৰ দুয়োকাষৰ গছসমূহ
  • এদিনত বিভাগে কাটিলে ২,৩০০ জোপা শালগছ
  • শাৰী শাৰী শালগছে মুগ্ধ কৰি আহিছিল যাত্ৰীসকলক
  • উন্নয়নৰ নামত গছ কটাক লৈ ব্যাপক প্ৰতিক্ৰিয়া
  • মুখ্যমন্ত্ৰীয়ে সকলোকে গছপুলি ৰুবলৈ কৰিছিল অনুপ্ৰাণিত
  • মুখ্যমন্ত্ৰীৰ আহ্বানৰ পৰা চৰকাৰী কৰ্মচাৰীৰ নাই নেকি সহাৰি?
  • গছ কাটিবলৈ লোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি
Leave A Reply

Your email address will not be published.