danewsplus.com
danewsplus.com

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ছাল-কংকাল উদ্ধাৰক লৈ তদন্ত অব্যাহত

0 276
  • নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতীয়া নিধন
  • বাঘৰ ছাল-কংকাল উদ্ধাৰক লৈ তদন্ত অব্যাহত
  • ঘটনা সন্দৰ্ভত মুখ খুলিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই
  • ৫-৬ মাহ পূৰ্বে বাঘটোক গুলীয়াই হত্যাৰ তথ্য
  • ৰাষ্ট্ৰীয় উদ্যানৰ বাফাৰ এলেকাত নিধন বাঘটোক
  • উমানন্দত আতংকৰ সৃষ্টি কৰা বাঘটো বুলি সন্দেহ
  • ডিচেম্বৰত বাঘটো মুকলি কৰা দিয়া হৈছিল নামেৰীত
  • ৮ জুলাইত উদ্ধাৰ হৈছিল বাঘটোৰ ছাল-কংকাল
  • ইটাখোলা অঞ্চলৰ পৰা উদ্ধাৰ কৰিছিল শুল্ক বিভাগে
  • ইতিমধ্যে ৩ দুৰ্বৃত্তক আটক, এখন বলেৰ’ জব্দ
  • পলাতক মূল অভিযুক্তৰ সন্ধানত চলিছে অভিযান
  • অভিযুক্তটোৰ ঘৰত এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ
Leave A Reply

Your email address will not be published.