danewsplus.com
danewsplus.com

শ্বাহ আলম তালুকদাৰৰ এনকাউন্টাৰ, এইবাৰ আৰক্ষীৰ জালত আন এজন

0 12,752

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য কঁপাই যোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰৰ এনকাউন্টাৰৰ পিছতেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ খবৰ।

এইবাৰ মহানগৰ আৰক্ষীৰ জালত পৰিল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ ‘গেং অৱ ছিক্স’ৰ অন্যতম অপৰাধী হৰেণ পাটগিৰি । গেং অৱ ছিক্সক তথ্য যোগানৰ অভিযোগ হৰেণ পাটগিৰিৰ বিৰুদ্ধে।

কেৱল এই হত্যাকাণ্ডই নহয় বৰং ৰাজ্যখনৰ কেইবাটাও ডকাইতি কাণ্ডৰ সৈতেও জড়িত আছিল হৰেণ পাটগিৰি । মুকালমুৱাৰ ডকাইতি কাণ্ডৰো অন্যতম অভিযুক্ত হৰেণ পাটগিৰি ।

Leave A Reply

Your email address will not be published.