danewsplus.com
১৫ ফেব্ৰুৱাৰীৰ পৰা CBSEৰ দশম-দ্বাদশৰ পৰীক্ষা
- ১৫ ফেব্ৰুৱাৰীৰ পৰা CBSEৰ দশম-দ্বাদশৰ পৰীক্ষা
- দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা সমাপ্ত হ’ব ৫ এপ্ৰিলত
- দশম মানৰ পৰীক্ষা অন্ত পৰিব ২১ মাৰ্চত
- দেশৰ আৰু ২৬খন বিদেশী ৰাষ্ট্ৰৰ ৭,২৫০টা কেন্দ্ৰত হ’ব পৰীক্ষা
- ইতিমধ্যে পৰীক্ষাৰ গাইডলাইন আৰু জাননী জাৰি CBSEৰ
- পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩৮ লাখ ৮৩ হাজাৰ ৭১০ গৰাকী
- ২১ লাখ ৮৬ হাজাৰ ৯৪০ জন দশমৰ পৰীক্ষাৰ্থী
- দ্বাদশৰ পৰীক্ষাৰ্থীৰ সংখ্যা ১৬ লাখ ৯৬ হাজাৰ ৭৭০ গৰাকী