danewsplus.com
danewsplus.com

বাছ, আটো, টেক্সিত নহয়, এইবাৰ চলন্ত ৰে’লত মহিলাক দলবদ্ধ ধৰ্ষণ

0 6,358

ডিজিটেল ডেস্কঃ বাছ, আটো, টেক্সিত নহয়
এইবাৰ চলন্ত ৰে’লত মহিলাক দলবদ্ধ ধৰ্ষণ
TTসহ একাধিক জঁপিয়াই পৰিল মহিলা যাত্ৰীৰ ওপৰত

ৰে’লত নিৰাপত্তাহীন হৈ পৰিছে নেকি মহিলা যাত্ৰী? TTসহ একাধিক লোকে মহিলা যাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ এক গুৰুতৰ অভিযোগে কঁপাইছে ৰে’লৱে বিভাগৰ অন্দৰ মহলক৷ উত্তৰ প্ৰদেশত চলন্ত ৰে’লতে মহিলাক ধৰ্ষণ কৰাৰ গোচৰ ৰুজু হৈছে৷

১৬ জানুৱাৰীত সংঘটিত হৈছিল এই জঘন্য ঘটন
উত্তৰ প্ৰদেশৰ চম্বলত ৰে’লত মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

মহিলাগৰাকীক ধৰ্ষণত ৰে’লৱে কৰ্মী জড়িত থকাৰ অভিযোগ উঠিছে৷ যাত্ৰীগৰাকী

ৰে’লত উঠিছিত চন্দৌছি ষ্টেচনত
ৰে’লেৰে প্ৰয়াগৰাজৰ চুবেদৰগঞ্জলৈ যোৱাৰ কথা আছিল
নিশা ১০ বজাত ৰে’লতে ঘটিছিল অঘটনটো

TT-এ টিকট পৰীক্ষা কৰিবলৈ আহি আন এজন লোকৰ সৈতে লগ লাগি মহিলাগৰাকীক ধৰ্ষণ কৰে৷ ইতিমধ্যে

চম্বলৰ GRPত অভিযোগ দিছে মহিলাগৰাকীয়ে
ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অভিযুক্ত TT
IPCৰ ৩৭৬ ধাৰাত ৰুজু হৈছে গোচৰ

অভিযুক্ত আনজন লোকৰ বিৰুদ্ধেও চলি আছে অভিযান৷ কিন্তু চলন্ত ৰে’লত দলবদ্ধ ধৰ্ষণৰ এই ঘটনাই ৰে’লৱে বিভাগত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Leave A Reply

Your email address will not be published.