danewsplus.com
danewsplus.com

ডিব্ৰুগড়ত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, ৫ আৰক্ষী অধীক্ষকৰে বৈঠক

0 211

ডিজিটেল ডেস্কঃ উজনি অসমৰ পাঁচখন জিলাৰ আৰক্ষী অধীক্ষক আৰু নিৰাপত্তাবাহিনীৰ বিষয়াবৰ্গৰে ডিব্ৰুগড়ত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ বৈঠক৷ গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত আৰক্ষীৰ অতিথিশালাত বৈঠকত মিলিত হ’ল বিশেষ সঞ্চালকপ্ৰধান জি পি সিং৷

উগ্ৰপন্থী সংগঠন আৰু দুষ্কৃতিকাৰীয়ে কোনো কূটাঘাট সংঘটিত কৰিব নোৱাৰে সেই লৈ আলোচনা কৰা হ’ল এই বৈঠকত৷ এই বৈঠকত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক জিৎমল দলে, সেনা, CRPF আৰু CISFৰ শীৰ্ষ বিষয়াবৰ্গয়ো অংশগ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.