danewsplus.com
danewsplus.com

‘অসমত বৃদ্ধি পাইছে বাল্য বিবাহৰ হাৰ’, স্বীকাৰ মুখ্যমন্ত্ৰীৰ

0 161
  • ‘অসমত বৃদ্ধি পাইছে বাল্য বিবাহৰ হাৰ’
  • ‘দৰং আৰু ধুবুৰীত অধিক হাৰত বৃদ্ধি’
  • মাষ্টাৰ ৰোল-কেজুৱেল কৰ্মচাৰীলৈ সুখবৰ
  • ‘কৰ্মচাৰীসকলৰ বাৰ্ষিক আয় ৩%লৈ বৃদ্ধি’
  • ‘১৩,০০০ কৰ্মচাৰীৰ বাৰ্ষিক আয় বৃদ্ধি’
  • ‘অসমত বৃদ্ধি পাইছে প্ৰসূতিৰ মৃত্যুৰ হাৰ’
  • ১৪ বছৰীয়া কন্যাক বিয়া কৰালেই গ্ৰেপ্তাৰ
  • POSCO আইনৰ অধীনত লোৱা হ’ব ব্যৱস্থা
  • বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাব প্ৰশাসনে
  • ১৫ দিনৰ ভিতৰত আৰক্ষীৰ বিশাল অভিযান
  • পঞ্চায়তৰ সভাপতিয়ে দিব লাগিব এজাহাৰ
  • NFHSৰ সমীক্ষাত বাল্য বিবাহৰ ভয়ংকৰ তথ্য
  • দৰঙত ১৬%, কামৰূপত ১৫% বাল্য বিবাহৰ হাৰ
  • হোজাইত ১১.৬%, ধুবুৰীত ২২% বাল্য বিবাহৰ হাৰ
  • দক্ষিণ শালমৰাত বাল্য বিবাহৰ হাৰ ২২%
  • কম বয়সৰ যুৱক-যুৱতীৰ মন্দিৰত বিয়া কৰালে পূজাৰীৰ বিৰুদ্ধে ব্যৱস্থা
  • কাজী, পিতৃ-মাতৃ সকলোৰে বিৰুদ্ধে ব্যৱস্থা ল’ব প্ৰশাসনে
  • পাঠানক লৈও মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ প্ৰতিক্ৰিয়া
  • ‘শ্বাহৰুখ খানে সন্ধিয়া ৭.৪০ বজাত মেচেজ কৰিছিল’
  • ‘মই যেতিয়া সময় পাইছোঁ, তেতিয়া কথা পাতিছোঁ’
  • ‘পাঠানৰ পোষ্টাৰ ফলাটো ইমান ডাঙৰ কথা নহয়’
  • CM-এ সুবিধা পালে ড০ বেজবৰুৱা-২ চাবলৈ যাব
Leave A Reply

Your email address will not be published.