danewsplus.com
danewsplus.com

মহানগৰীত দিন-দুপৰতেই গুলীয়াই হত্যা পূৰবী ডেইৰীৰ মেনেজাৰক

0 165
  • মহানগৰীৰ পাঞ্জাবাৰীত গুলীচালনা
  • দুৰ্বৃত্তৰ গুলীত নিহত পূৰবী ডেইৰীৰ মেনেজাৰ
  • GMCHত মৃত্যু মেনেজাৰৰ ৰঞ্জিৎ বৰাৰ
  • পাঞ্জাবাৰীৰ ICICI বেংকৰ সমীপত দুৰ্বৃত্তৰ গুলী
  • দুৰ্বৃত্তৰ গুলীত মূৰত আঘাত পাইছিল বৰাই
  • বেংকত ধন জমা দিব যাওঁতেই এই অঘটন
  • এখন বাইকত আহিছিল দুৰ্বৃত্ত
  • গুলীচালনা কৰি পলায়ন দুৰ্বৃত্তৰ
  • ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ শীৰ্ষ বিষয়া
  • বৰাৰ হাতত আছিল প্ৰায় ২ লাখ টকা
Leave A Reply

Your email address will not be published.