danewsplus.com
danewsplus.com

BJP বিধায়কক ধনদাবীৰ কথা অস্বীকাৰ আলফা(স্বাঃ)ৰ

0 88

ডিজিটেল ডেস্কঃ উজনি অসমত ধনদাবীৰ কথা অস্বীকাৰ আলফা(স্বা)ৰ। Da NEWS PLUSলৈ ই-মেইল প্ৰেৰণ কৰি ধনদাবীৰ কথা অস্বীকাৰ কৰিছে আলফা(স্বা)এ।

উল্লেখ্য যে, সংগঠনটোৱে BJP বিধায়কক ধন দাবীত জড়িত নাই বুলি উল্লেখ কৰিছে। একেলগে লগতে উল্লেখ কৰে যে, আৰ্থিক অনুদানৰ বাবে উজনি-নামনি নাবাচে আলফা(স্বা)-এ। প্ৰয়োজনত সকলো বিধায়কলৈ পত্ৰ প্ৰেৰণৰ কথা উল্লেখ। সংবাদ মাধ্যমক ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান।

Leave A Reply

Your email address will not be published.