danewsplus.com
danewsplus.com

কাছাৰৰ জিৰিঘাটত ভয়ংকৰ দুৰ্ঘটনা, নিহত ১

0 306
  • কাছাৰৰ জিৰিঘাটত ভয়ংকৰ দুৰ্ঘটনা, নিহত ১
  • ক্ৰুইজাৰৰ খুন্দাত এজন বাইক আৰোহী নিহত
  • উত্তৰ লালপানীত ৩৭নং ৰাষ্ট্ৰীয় পথত এই ঘটনা
  • নিহত বাইক আৰোহীজনৰ নাম ছৰুক আহমদ চৌধুৰী
  • ২০ বছৰীয়া যুৱকজনৰ ঘৰ লালপানী খাইৰাবাদ গাঁৱত
  • দুৰ্ঘটনা সংঘটিত কৰি ক্ৰুইজাৰ এৰি চালকৰ পলায়ন
  • মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত
Leave A Reply

Your email address will not be published.