danewsplus.com
danewsplus.com

লাডাখৰ মছজিদত বিধ্বংসী অগ্নিকাণ্ড

0 116

ডিজিটেল ডেস্কঃ লাডাখৰ মছজিদত বিধ্বংসী অগ্নিকাণ্ড৷ ড্ৰাছৰ জামিয়া মছজিদত নিশা লাগিল জুই৷ এই অগ্নিকাণ্ডত ব্যাপক ক্ষয়ক্ষতি হ’ল মছজিদটো৷

সেনা বাহিনীয়ে স্থানীয় লোকৰ সহযোগত নুমুৱালে জুই৷ মছজিদটোৰ ওপৰৰ দুটা মহল সম্পূৰ্ণৰূপে ধ্বংস হ’ল এই অগ্নিকাণ্ডত৷

Leave A Reply

Your email address will not be published.