danewsplus.com
danewsplus.com

কি কি কাৰ্যসূচীৰে অসম ভ্ৰমণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ?

0 520

ডিজিটেল ডেস্কঃ আজি অসমলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু
দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী
দিনৰ ১ বজাত গুৱাহাটীত উপস্থিত হ’ব মূৰ্মু
বিয়লি ৪.৩০ বজাত IIT গুৱাহাটীত কাৰ্যসূচী ৰাষ্ট্ৰপতি মূৰ্মুৰ
উদ্বোধন কৰিব ছুপাৰ কম্পিউটাৰ ‘পৰম কামৰূপা’
সমীৰ নামৰ এটা গৱেষণা কেন্দ্ৰও কৰিব উদ্বোধন
ভাৰ্চুৱেলী উদ্বোধন কৰিব ধুবুৰী মেডিকেল কলেজ
১৪ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাৰ্যসূচী
স্থাপন কৰিব চাহ বাগিচাৰ ১০০খন হাইস্কুলৰ আধাৰশিলা
আন কেইবাটাও কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতি মূৰ্মুৱে

Leave A Reply

Your email address will not be published.