danewsplus.com
danewsplus.com

কিয় ধ্বংস কৰা হ’ব নয়দাৰ টুইন টাৱাৰ্ছ?

0 197

ডিজিটেল ডেস্কঃ আজি ধ্বংস কৰা হ’ব নয়দাৰ টুইন টাৱাৰ্ছ৷ বিয়লি ২.৩০ বজাত ধ্বংস কৰা হ’ব নয়দাৰ ছুপাৰটেক টুইন টাৱাৰ্ছ৷ ৯ ছেকেণ্ডৰ ভিতৰতে খহি পৰিব প্ৰায় ১০০ মিটাৰ উচ্চতাৰ এই ভৱন দুটা৷ দেশৰ সুউচ্চ অট্টালিকাসমূহৰ অন্যতম এই টুইন টাৱাৰ্ছৰ এটা ভৱনত আছে ৩২টা মহলা৷ আনটো ভৱনত আছে ২৯টা মহলা৷ এই অট্টালিকা দুটা ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব ৩ হাজাৰ ৭০০ কেজি বিস্ফোৰক৷ ভৱন নিৰ্মাণ সম্পৰ্কীয় নীতি উলংঘা কৰাৰ বাবে যোৱাবছৰ এই অট্টালিকা দুটা ধ্বংস কৰাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷

Leave A Reply

Your email address will not be published.