danewsplus.com
danewsplus.com

পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা

0 174

ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা৷ অৱতৰণৰ সময়ত দুখন বিমানৰ মাজত লাগিল খুন্দা৷ থিতাতে প্ৰাণ হেৰুৱালে বিমান দুখনৰ পাইলটে৷ আমেৰিকাৰ কেলিফৰ্নিয়াৰ ৱাটছনভিল মিউনিচিপাল বিমানবন্দৰত ঘটিল এই দুৰ্ঘটনা৷ বিমানবন্দৰত অৱতৰণ কৰিব খুজিছিল ৬খন আসনযুক্ত এখন ছেছনা-340 আৰু দুখন আসনযুক্ত এখন ছেছনা-152 বিমানে৷ তেতিয়াই ছেছনা-340খনে খুন্দা মাৰে ছেছনা-152 খনত৷ ছিটিকি পৰে দুয়োখন বিমান৷ সম্পূৰ্ণৰূপে ধ্বংস হয় ছেছনা-152খন৷ থিতাতে প্ৰাণ হেৰুৱায় দুয়োখন বিমানৰ চালকে৷

Leave A Reply

Your email address will not be published.