danewsplus.com
danewsplus.com

আফ্ৰিকাৰ আলজেৰিয়াত বনজুইৰ সংহাৰ

0 84

ডিজিটেল ডেস্কঃ বনজুইৰ খাণ্ডৱ দাহ৷ ২৬জনৰ মৃত্যু, আহত আন ভালেসংখ্যক৷ বন জুইত এফালৰ পৰা জাহ গৈছে বৃহৎ এলেকা, গছ-গছনি, ঘৰ-বাৰী৷ আফ্ৰিকাৰ আলজেৰিয়াৰ ভালেকেইটা অঞ্চলত এতিয়া এনেদৰে প্ৰবল ৰূপ ধাৰণ কৰিছে বনজুয়ে৷ বিশেষকৈ টিউনিছিয়া সীমান্তৱৰ্তী এলেকাত ভংয়কৰ ৰূপ ধাৰণ কৰিছে বনজুয়ে৷ বিমান আৰু হেলিকপ্টাৰেৰে এই জুই নুমুৱাবলৈ চেষ্টা কৰি আছে অগ্নিনিৰ্বাপক বাহিনীৰ দলে৷ ভালেসংখ্যক লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ ঠাইলৈ৷

Leave A Reply

Your email address will not be published.