danewsplus.com
danewsplus.com

দুঃখবৰ; FIFAই নিলম্বন কৰিলে ভাৰতীয় ফুটবল ফেডাৰেচনক

0 200

ডিজিটেল ডেস্কঃ ভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন
FIFAই নিলম্বন কৰিলে ফেডাৰেচনক
তৃতীয় পক্ষৰ অবাঞ্ছিত প্ৰভাৱৰ অভিযোগত নিলম্বন
ভাৰতত অনুষ্ঠিত নহ’ব U-17 নাৰী বিশ্বকাপ ফুটবল, ২০২২
চলিত বৰ্ষৰ ১১-৩০ অক্টোবৰলৈ আছিল এই প্ৰতিযোগিতা

Leave A Reply

Your email address will not be published.