danewsplus.com
danewsplus.com

এজন যুৱকক জীয়াই ৰখাৰ বাবে আপুনিও লওক দায়িত্ব

0 167
  • অৰুণাচলৰ চেপ্পাত কৰ্মৰত গহপুৰৰ যুৱক বিদ্যুৎস্পৃষ্ট
  • শক্তি বিভাগত কৰ্মৰত যুৱকজনৰ অৱস্থা সংকটজনক
  • গহপুৰৰ বাকৰি দলনিৰ যুৱকজনৰ নাম বিমল আচাৰ্য
  • ২২ জুলাইত কৰ্মৰত অৱস্থাতে হৈছিল বিদ্যুৎস্পৃষ্ট
  • যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক
  • অৰুণাচলৰ পৰা তেজপুৰৰ হাস্পতালত ভৰ্তি
  • কিন্তু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ
  • নেমকেয়াৰ হাস্পতালৰ ICUত চিকিৎসাধীন যুৱকজন
  • দৰিদ্ৰ পৰিয়ালৰ যুৱকজনক সকলোৰে সহায়ৰ আহ্বান
  • স্থানীয় ৰাইজ, গোৰ্খা ছাত্ৰ সন্থাৰ সহায়ৰ আহ্বান ৰাইজক
  • সহায়ৰ বাবে যোগাযোগৰ নম্বৰ – 80736 20400
  • SBI A/C নং : 31793431829, IFSC:SBIN0005738
  • Google Pay No. – 80736 20400 (Ramesh Acharya)
Leave A Reply

Your email address will not be published.