danewsplus.com
danewsplus.com

দীঘলীপুখুৰীত দুষ্কৃতিকাৰীয়ে ভাঙিলে প্ৰতিযোগিতাৰ বাবে অনা নাও

0 132

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ দীঘলীপুখুৰীত দুষ্কৃতিকাৰীৰ সন্ত্ৰাস৷ দুষ্কৃতিকাৰীয়ে ভাঙিলে যুৱ অলিম্পিকৰ নাও চালনা প্ৰতিযোগিতাৰ বাবে অনা নাও৷ আজিৰে পৰা আৰম্ভ হোৱা অসম যুৱ অলিম্পিকৰ নাও চালনা প্ৰতিযোগিতাৰ বাবে অনা হৈছিল এই ছিংগল স্কল নাওসমূহ৷

সোমবাৰে দীঘলীপুখুৰীত অনুষ্ঠিত হোৱা কথা আছিল যুৱ অলিম্পিকৰ নাও প্ৰতিযোগিতা৷ দুষ্কৃতিকাৰীয়ে নাও ভাঙি পেলোৱাৰ ফলত এতিয়া এই প্ৰতিযোগিতাৰ ক্ষেত্ৰত বাধা আহি পৰিছে৷

Leave A Reply

Your email address will not be published.