danewsplus.com
danewsplus.com

কাৰ সৈতে পুনৰ বিবাহ পাশত আৱদ্ধ হ’ব প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেন?

0 390

ডিজিটেল ডেস্কঃ প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেনৰ বিবাহ! সুস্মিতা সেন বিবাহ পাশত বহিব ললিত মোদীৰে! IPLৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল ললিত মোদী। দুয়ো একেলগে ভ্ৰমণ কৰিলে কেইবাখনো দেশ। ললিত মোদীৰ টুইটৰ পিছতে তোলপাৰ সামাজিক মাধ্যম। সুস্মিতা সেনক Better Half বুলিও ক’লে ললিত মোদীয়ে। সুস্মিতা-ললিত মোদীৰ ঘনিষ্ঠ ফটোক লৈ আলোড়ন। বিবাহ নহয়, Datingহে কৰা বুলি স্পষ্টীকৰণ ললিত মোদীৰ। ভৱিষ্যতে সুস্মিতাৰে বিবাহ সম্পৰ্কেও নুই কৰা নাই মোদীয়ে।

Leave A Reply

Your email address will not be published.