danewsplus.com
আকৌ বিতৰ্কত সাহিত্য সভা! চৰ্চাত পৰমানন্দ ৰাজবংশী
- সাহিত্য সভাৰ নিৰ্বাচন সন্দৰ্ভত ড০ পৰমানন্দ ৰাজবংশীৰ প্ৰতিক্ৰিয়া
- ‘নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ড০ জগদীশ পাটগিৰিয়ে’
- সভাৰ সংবিধান অনুসৰি প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলি মন্তব্য
- ড০ পাটগিৰিয়ে ৰাজবংশীকহে বহিষ্কাৰ কৰা বুলি প্ৰতিক্ৰিয়া
- ড০ পাটগিৰি বহিষ্কাৰৰ সময়ত মই নাছিলোঁ : পৰমানন্দ ৰাজবংশী
- এই বিষয়ে কনকসেন ডেকাই ভালদৰে জানিব : ড০ ৰাজবংশী
- য়েছে দৰজী ঠংছিক হেয় নকৰিবলৈও সকীয়নি পৰমানন্দ ৰাজবংশীৰ
- বয়সৰ দোহাই দি ঠংছিক লৈ মন্তব্য কৰিছিল ড০ পাটগিৰিয়ে
- ইয়াৰ পাছতে এই সকীয়নি ড০ পৰমানন্দ ৰাজবংশীৰ
- ‘পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ এনাজৰীডাল লেহুকা নকৰিব’
- ‘ব্যক্তিস্বাৰ্থ পূৰণ কৰা এইজনেই ব্যক্তি ড০ জগদীশ পাটগিৰি’