danewsplus.com
danewsplus.com

গুৱাহাটীত সুৰামত্ত চালকৰ সন্ত্ৰাস, S-Cross গাড়ীত খুন্দা Wagon-Rৰ

0 152
  • মহানগৰীৰ ৰাজপথত সুৰামত্ত চালকৰ সন্ত্ৰাস
  • নিশা সুৰামত্ত চালকে খুন্দিয়ালে আন এখন গাড়ীত
  • পিছফালৰ পৰা এখন S-Cross গাড়ীত খুন্দা Wagon-Rৰ
  • মহানগৰীৰ গণেশগুৰিৰ উৰণীয়া সেতুত এই দুৰ্ঘটনা
  • সুৰামত্ত অৱস্থাত আছিল ৱাগন-আৰখনৰ চালকজন
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এছ-ক্ৰছখনৰ চালকজন
  • দুৰ্ঘটনাৰ পিছতে পলায়ন ৱাগন-আৰত থকা এগৰাকী যুৱতীৰ
  • এছ-ক্ৰছখনৰ চালকজন এপ’ল হস্পিতালৰ কৰ্মচাৰী
Leave A Reply

Your email address will not be published.