danewsplus.com
danewsplus.com

চকুৰ সন্মুখতে শেষ হৈ গ’ল সকলো

0 157

ডিজিটেল ডেস্কঃ সকলো শেষ হৈ গ’ল চকুৰ সন্মুখত

এইদৰেই সপোনৰ ঘৰখন ভাঙি-ছিগি নৈৰ বুকুত জাহ গ’ল৷ দিশহাৰা হৈ বহুজনে চাই ৰ’ল এই ভগ্নস্তূপ৷

উত্তৰ অভয়াপুৰীত আই-মানাহে লোৱা কালৰূপে এইদৰেই দিশহাৰা কৰিছে অজস্ৰজনক৷

বাক্সাত খহিল দুখনকৈ পকী দলং

মৈঠাবাৰী নদীৰ প্ৰবল সোঁতত তিষ্ঠিব নোৱাৰিলে পকী দলঙো৷ মৈঠাবাৰী-নিকাছি পথৰ লগতে আমলাইগুৰি, বগৰিবাৰী পথত ঘটিল এই ঘটনা৷

বানৰ লগতে ভয়াৱহ খহনীয়া
ছিঙি গৈছে মথাউৰি

টিহু উত্তৰ বালিৰ দুঠাইত ছিগিল মথাউৰি৷ মৰাপাগলাদিয়াৰ মথাউৰি ছিগি যোৱাৰ ফলত প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল৷ ভাঙি পৰিছে টিহু আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মাণ কৰা শ্বহীদ বেদী৷

Leave A Reply

Your email address will not be published.