danewsplus.com
danewsplus.com

ঢেকীয়াজুলিত ATM লুট কৰা ৫ অপৰাধীক গ্ৰেপ্তাৰ

0 64
  • ঢেকীয়াজুলিত ATM লুট কৰা ৫ অপৰাধীক গ্ৰেপ্তাৰ
  • কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত বৰছলা আৰক্ষীৰ অভিযান
  • চিৰাজুলিত ২০২১ চনৰ ৯ অক্টোবৰত লুটিছিল ধন
  • ATM ভাঙি ডকাইতকেইটাই লুটিছিল ২৫ লাখ টকা
  • আৰক্ষীৰ জালত ডকাইতিৰ মাষ্টাৰমাইণ্ড মহন্ত গয়াৰী
  • ধৃত আন ডকাইত ভেৰগাঁৱৰ বিপুল বসুমতাৰী
  • চিৰাং জিলাৰ কুসুংদেৰাৰ চানচুমা মুছাহাৰী
  • ওদালগুৰি জিলাৰ মাজখুঁটিৰ জ্যোতিষ দৈমাৰী
  • ওদালগুৰি জিলাৰ পাণবাৰীৰ শংকৰ বড়ো
  • লুট কৰা ২৫ লাখ টকাৰে ১০ লাখ টকা উদ্ধাৰ
Leave A Reply

Your email address will not be published.