danewsplus.com
danewsplus.com

চৰকাৰী গাড়ী ব্যৱহাৰ কৰি হায়দৰাবাদত দলবদ্ধ ধৰ্ষণ কাণ্ড

0 148

ডিজিটেল ডেস্কঃ চৰকাৰী গাড়ী ব্যৱহাৰ কৰি হায়দৰাবাদত দলবদ্ধ ধৰ্ষণ কাণ্ড
AIMIMৰ বিধায়কৰ পুত্ৰৰ পাছত ভতিজাসহ ৬জনক গ্ৰেপ্তাৰ
দলবদ্ধ ধৰ্ষণৰ অভিযোগত ধৃত ৬ অভিযুক্তৰ ৫টাই নাবালক
ধৰ্ষণ কাণ্ড সংঘটিত কৰা ইন’ভাখন আছিল বিধায়কৰ চৰকাৰী বাহন
আন এখন মাৰ্চিডিজ বেঞ্জ বাহনো ব্যৱহাৰ কৰিছিল ধৰ্ষণকাৰীয়ে
ধৰ্ষণকাৰীৰ পিতৃ-মাতৃকো গ্ৰেপ্তাৰৰ চিন্তা-চৰ্চা কৰিছে আৰক্ষীয়ে
হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত চি বি আনন্দই জনালে সংবাদ মাধ্যমক

Leave A Reply

Your email address will not be published.